Breaking News
বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে টেঙানী পঞ্চায়তৰ অন্তৰ্গত খকণগুৰি ৰাজহুৱা ভৱনৰ প্ৰাঙ্গণত।
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে টেঙানী পঞ্চায়তৰ অন্তৰ্গত খকণগুৰি ...ৰাজহুৱা ভৱনৰ প্ৰাঙ্গণত । এই আঁচনিৰ অধীনত সৰুপথাৰ সমষ্টিত ৩৫,৭১২ গৰাকী মহিলাই নিজ নিজ বেংক একাউণ্টত ৯,০০০/- টকাকৈ লাভ কৰিছে বুলি জানিব পৰা গৈছে। কি কয় মহিলা সকলে। #assamelection2026 #bishwajitphukan #raaijarxangbad #justiceforzubeengarg #ৰাইজৰসাংবাদ #সৰুপথাৰ #newsupdate #গোলাঘাট #facebookviral #jitengogoiShow More

Now Playing

📌✍️৩৬০০ কোটি টকা ব্যয়সাপেকক্ষে ৪০ লাখ মহিলাৰ সবলীকৰণ উদ্দেশ্যৰে আজি ...
📌✍️৩৬০০ কোটি টকা ব্যয়সাপেকক্ষে ৪০ লাখ মহিলাৰ সবলীকৰণ উদ্দেশ্যৰে আজি প্ৰদান কৰা হয় অৰুণোদয় ৩.আঁচনিৰ ৯০০০/- টকাৰ ধনৰাশিৰ.. ।
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে টেঙানী পঞ্চায়তৰ অন্তৰ্গত খকণগুৰি ...ৰাজহুৱা ভৱনৰ প্ৰাঙ্গণত । এই আঁচনিৰ অধীনত সৰুপথাৰ সমষ্টিত ৩৫,৭১২ গৰাকী মহিলাই নিজ নিজ বেংক একাউণ্টত ৯,০০০/- টকাকৈ লাভ কৰিছে বুলি জানিব পৰা গৈছে। কি কয় মহিলা সকলে। #assamelection2026 #bishwajitphukan #raaijarxangbad #justiceforzubeengarg #ৰাইজৰসাংবাদ #সৰুপথাৰ #newsupdate #গোলাঘাট #facebookviral #jitengogoiShow More
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে টেঙানী পঞ্চায়তৰ অন্তৰ্গত খকণগুৰি ...ৰাজহুৱা ভৱনৰ প্ৰাঙ্গণত । এই আঁচনিৰ অধীনত সৰুপথাৰ সমষ্টিত ৩৫,৭১২ গৰাকী মহিলাই নিজ নিজ বেংক একাউণ্টত ৯,০০০/- টকাকৈ লাভ কৰিছে বুলি জানিব পৰা গৈছে। কি কয় মহিলা সকলে। #assamelection2026 #bishwajitphukan #raaijarxangbad #justiceforzubeengarg #ৰাইজৰসাংবাদ #সৰুপথাৰ #newsupdate #গোলাঘাট #facebookviral #jitengogoiShow More

Now Playing
১৫৫ বেটেলিয়ান CRPF এ আয়োজন কৰিলে ৰক্তদান শিবিৰ

Now Playing
📌✍️মহানগৰীত পুনৰ সক্ৰিয় হৈছে চিলনী চোৰৰ গেং📌✍️দিছপুৰ থানাৰ কাষতেই পাঞ্জাৱী গলিত সংঘটিত হৈছে ঘটনাটো ।

Now Playing
📌✍️স্বাৱলম্বিতাৰ নতুন নিদৰ্শন , চুঙাজানৰ দগাঁওৱত মহিলাৰ 'নাফু' খেতিৰে স্বাৱলম্বিতাৰ শুভাৰম্ভ ।

Now Playing
📌✍️সৰুপথাৰ সমষ্টিৰ নাওঁজান দামোদৰ গাওঁৰ পুলৰ তলত এটি মৃত নৱজাতক উদ্ধাৰ।#raaijorxangbad

Now Playing
ৰশ্মিৰেখা গোৱলা কোন হয়? ২০১৬ চনৰ নিৰ্বাচনত বিনোদ গোৱলাক কোনে হৰুৱালে।
ৰশ্মিৰেখা গোৱলা কোন হয়? ২০১৬ চনৰ নিৰ্বাচনত বিনোদ গোৱলাক কোনে হৰুৱালে। ...
ৰশ্মিৰেখা গোৱলা কোন হয়? ২০১৬ চনৰ নিৰ্বাচনত বিনোদ গোৱলাক কোনে হৰুৱালে। ২০২১ চনত সৰুপথাৰ সমষ্টিত কি হৈছিল? আৰু বৰ্তমান ২০২৬ চনৰ নিৰ্বাচনৰ বিষয়ে তেওঁ কি কয়।

Now Playing
📌সৰুপথাৰ সমজিলা প্ৰশাসনে আয়োজন কৰা ৭৭ সংখ্যক গণৰাজ্য দিৱসত অথন্তৰ।
📌সৰুপথাৰ সমজিলা প্ৰশাসনে আয়োজন কৰা ৭৭ সংখ্যক গণৰাজ্য দিৱসত অথন্তৰ। ...
📌সৰুপথাৰ সমজিলা প্ৰশাসনে আয়োজন কৰা ৭৭ সংখ্যক গণৰাজ্য দিৱসত অথন্তৰ। বিধায়ক বিশ্বজিৎ ফুকনৰ সন্মুখতে ওলোটাকৈ উন্মোচন কৰিলে ৰাষ্ট্ৰীয় পতকা। প্ৰশাসনৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডত লজ্জিত সৰুপথাৰবাসী।
#ৰাইজৰ #ৰাইজৰসাংবাদ #assamnewsvirel #raaijarxangbad #assamelection2026 #viralreelschallenge ...#JusticeForZubeenGarg #bishwajitphukan #সৰুপথাৰ #assam #26januaryShow More

*গোলাঘাটৰ মৰঙি অঞ্চলৰ, লুৰ্কিহাটত শোকাবহ ঘটনা*
*গোলাঘাটৰ মৰঙি অঞ্চলৰ, লুৰ্কিহাটত শোকাবহ ঘটনা* *ধৰশিৰি নদীত সমনীয়াৰ ...
*গোলাঘাটৰ মৰঙি অঞ্চলৰ, লুৰ্কিহাটত শোকাবহ ঘটনা*
*ধৰশিৰি নদীত সমনীয়াৰ সৈতে গাধুবলৈ গৈ পানীত পৰি নিহত নাবেদ আহমেদ নামৰ যুৱক জনৰ ।*
গোলাঘাটৰ মৰঙি অঞ্চলৰ, লুৰ্কিহাটত আজি শোকাকুল পৰিবেশে বিৰাজ ...কৰিছে। পূৱাৰ ভাগতে সমনীয়া সৈতে নদীত গা-ধুবলৈ বুলি ওলাই গৈছিল নাবেদ আহমেদ নামৰ যুৱকজন। মুম্বাইত ডক্টৰেট শিক্ষা গ্ৰহণ কৰি থকা নাবেদ আহিছিলি ভায়েকৰ বিয়া বুলি নিজা বাসগৃহলৈ। কালিলৈ ভায়েকৰ বিয়া । সকলো ব্যস্ত হৈ আছিল ন কইনাক আদৰিবলৈ ।আনন্দ উল্লাসৰ মাজত হঠাৎ আহিল সেই দু সংবাদতো। নিস্তব্ধ হৈ পৰিল এখন ৰভাতলি ।কোনেও যেন মানিল'ব পৰা নাই সেই বাস্তৱক ।পুৱাতে সমনীয়াৰ সৈতে ওলাইযোৱা নাবেদে নদীত গাধুই থকা অবস্থাত হঠাৎ নদীৰ পকনীয়াই পৰে। সমনীয়াই নাবেদক উদ্ধাৰ কৰি কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আমি সংবাদ মাধ্যমৰ ফালৰ পৰা নাবেদৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো। লগতে নাবেদৰ পৰিয়ালবৰ্গৰ সকলোলৈকে সমবেদনা জ্ঞাপন কৰিলো।
গোলাঘাট পৰা
সত্যেন খাউণ্ডৰ ৰিপৰ্ট
#ৰাইজৰ সংবাদShow More

📌গোলাঘাটত কলিতা জনগোষ্ঠীৰ সপ্তদশ দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন অনুষ্ঠিত।...#ৰাইজৰসাংবাদ
📌গোলাঘাটত কলিতা জনগোষ্ঠীৰ সপ্তদশ দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন ...
📌গোলাঘাটত কলিতা জনগোষ্ঠীৰ সপ্তদশ দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন অনুষ্ঠিত।
.
.
.
#ৰাইজৰসাংবাদ #assamnewsvirel #raaijarxangbad #assamelection2026 #viralreelschallenge #JusticeForZubeenGarg #bishwajitphukan #সৰুপথাৰ #ৰাইজৰ #26january #কলিতা জনগোষ্ঠী

চুঙাজান নবমিলনপুৰ কমাৰবন্ধা নামঘৰত অবিৰত ভাগৱত পাঠ।#ভাগৱতপাঠ।...#ৰাইজৰসাংবাদ #assamnewsvirel
ভাগৱত পাঠ। . . . #ৰাইজৰসাংবাদ #assamnewsvirel #raaijarxangbad ...
ভাগৱত পাঠ।
.
.
.
#ৰাইজৰসাংবাদ #assamnewsvirel #raaijarxangbad #assamelection2026 #viralreelschallenge #JusticeForZubeenGarg #bishwajitphukan #সৰুপথাৰ #গোলাঘাট #chungajan #assam

📌#CRPF ৰ বৃহৎ সাফল্য। চুঙাজানত বাৰ্মিজ চুপাৰি জব্দ।...#ৰাইজৰসাংবাদ #assamnewsvirel #raaijarxangbad
📌#CRPF ৰ বৃহৎ সাফল্য। চুঙাজানত বাৰ্মিজ চুপাৰি জব্দ। . .. #ৰাইজৰসাংবাদ ...
📌#CRPF ৰ বৃহৎ সাফল্য। চুঙাজানত বাৰ্মিজ চুপাৰি জব্দ।
.
..
#ৰাইজৰসাংবাদ #assamnewsvirel #raaijarxangbad #assamelection2026 #viralreelschallenge #JusticeForZubeenGarg #bishwajitphukan #সৰুপথাৰ #jitengogoi #গোলাঘাট #assam #CRPF

উৰীয়ামঘটত উচ্ছেদ হ'ল । উচ্ছেদৰ পাছত বৰ্তমান কি চলিআছে উৰিয়ামঘটত ?